Hindusthan Samachar
Banner 2 शुक्रवार, अप्रैल 19, 2019 | समय 21:47 Hrs(IST) Sonali Sonali Sonali Singh Bisht

গোৱালপাৰাত আবকাৰী বিভাগৰ অভিযান

By HindusthanSamachar | Publish Date: Apr 17 2019 7:33PM
গোৱালপাৰাত আবকাৰী বিভাগৰ অভিযান
গোৱালপাৰা, ১৭ এপ্ৰিল(হি.স.)ঃ গোৱালপাৰা জিলাৰ বিভিন্ন প্রান্তত অব্যাহত আছে আবকাৰী বিভাগৰ অভিযান। এই অভিযানকালত অভিযান কাৰী দলে ৩১টা চুলাই মদৰ ঘাটি উৎখাত কৰে। আনহাতে অভিযানত চাৰি হাজাৰ লিটাৰৰো অধিক দেশীয় সুৰা নষ্ট কৰে। অৱশ্যে এই সন্দৰ্ভত কোনো লোককে কৰায়ত্ত কৰিবলৈ সক্ষম নহল। হিন্দুস্থান সমাচাৰ/মনোজ
लोकप्रिय खबरें
फोटो और वीडियो गैलरी
image