Hindusthan Samachar
Banner 2 रविवार, अप्रैल 21, 2019 | समय 09:39 Hrs(IST) Sonali Sonali Sonali Singh Bisht

চীনৰ অৰ্থব্যৱস্থাৰ উন্নতি,প্ৰথম তিনিমহীয়া বিকাশৰ হাৰ ৬.৪ শতাংশ

By HindusthanSamachar | Publish Date: Apr 17 2019 7:12PM
চীনৰ অৰ্থব্যৱস্থাৰ উন্নতি,প্ৰথম তিনিমহীয়া বিকাশৰ হাৰ ৬.৪ শতাংশ
বেইজিং,১৭,এপ্ৰিল(হি.স.)। আৰ্থিক মন্দাৱস্থাৰ আশংকাৰ বিপৰীতে চীনৰ অৰ্থাৱস্থাত লাহে-লাহে পৰিৱৰ্তন আহিছে। দেশখনৰ এই বছৰৰ প্ৰথম তিনিমাহত ইয়াৰ বিকাশৰ হাৰ ৬.৪ শতাংশ আছিল। চীনৰ উদ্যোগিক উৎপাদনত বৃদ্ধি আৰু উপভোক্তাৰ প্ৰয়োজনত পৰিৱৰ্তন হোৱাৰ বাবে চীনৰ অৰ্থাৱস্থাত অলপ দ্ৰুততা আহিছে। ইয়াৰ উপৰিও বিনিয়োগ বৃদ্ধি, আমেৰিকা আৰু বেইজিঙৰ মাজত আসন্ন ব্যৱসায়িক বুজা-বুজিৰ বাবেও চীনৰ অৰ্থব্যৱস্থাত পৰিৱৰকেত পোৱা গৈছে। বিনিয়োগকাৰী সকলৰ মতে ব্যৱসায়িক যুদ্ধ আৰু দুৰ্বল অৰ্থব্যৱস্থা অস্থিৰ বিশ্বৰ অৰ্থব্যৱস্থাৰ বাবে ডাঙৰ বিপদ। হিন্দুস্থান সমাচাৰ /কৃষ্ণ /যুতিমণি/মনোজ
लोकप्रिय खबरें
फोटो और वीडियो गैलरी
image