Hindusthan Samachar
Banner 2 शनिवार, मार्च 23, 2019 | समय 14:04 Hrs(IST) Sonali Sonali Sonali Singh Bisht

বাক্সাৰ নাওকাটাত ইউ পি পি এলৰ প্ৰাৰ্থী ইউজি ব্ৰহ্মৰ সভা

By HindusthanSamachar | Publish Date: Mar 16 2019 9:43PM
বাক্সাৰ নাওকাটাত ইউ পি পি এলৰ প্ৰাৰ্থী ইউজি ব্ৰহ্মৰ সভা
বাক্সা,১৬ মাৰ্চ(হি.স.)। বাক্সাৰ নাওকা্লাই ছেৰফাং পৰিষদীয় সমষ্টিত আজি উপস্থিত হয় এবছুকে ধৰি কেইবাটাও সংগঠনৰ ইউ পি পি এলৰ প্ৰাৰ্থী ইউজি ব্ৰহ্ম৷ শুক্লাই ছেৰফাং আঞ্চলিক এবছুৰ কাৰ্যালয়ত এখন সভাত অংশ লয় প্ৰাৰ্থী গৰাকীয়ে৷ সমাগত নিৰ্বাচনত বিজেপি বিপিএফ হাটাও অভিযানত নামিবলৈ উঠিপৰি লাগিছে ইউপিপিএল দল৷ ইফালে প্ৰয়োজনত কংগ্ৰেছৰ সতে মিত্ৰতাৰ ইংগিত দিছে দলটোৱে। আনহাতে কোকৰাঝাৰত চিপিআইএম দলৰ প্ৰাৰ্থিত্বৰ প্ৰতিও আদৰণি জনাইছে ইউ পি পি এলৰ প্ৰাৰ্থী ইউজি ব্ৰহ্মই। বহু বিৰতিৰ অন্তত চিপিআইএমে কোকৰাঝাৰত প্ৰৰ্থীত্ব প্ৰদানত কৰাত মোৰ কোনো অসুবিধা নহয় বৰঞ্চ মই আদৰণিহে জনাইছো বুলিহেকয় ইউজি ব্ৰহ্মই। লগতে সভাত বিপিএফ আৰু বিজেপিৰ বিৰুদ্ধেও সৰব হৈ পৰে নেতাগৰাকী। হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
लोकप्रिय खबरें
फोटो और वीडियो गैलरी
image