Hindusthan Samachar
Banner 2 शनिवार, मार्च 23, 2019 | समय 13:55 Hrs(IST) Sonali Sonali Sonali Singh Bisht

সমাগত লোকসভা নিৰ্বাচনক লৈ তৎপৰ কাৰ্বি আংলং জিলা নিৰ্বাচনী বিভাগ

By HindusthanSamachar | Publish Date: Mar 16 2019 9:42PM
সমাগত লোকসভা নিৰ্বাচনক লৈ তৎপৰ কাৰ্বি আংলং জিলা নিৰ্বাচনী বিভাগ
ডিফু ,১৬ মাৰ্চ(হি.স.)। সমাগত লোকসভা নিৰ্বাচনক লৈ পূৰ্ণ প্ৰস্তুতি চলাইছে কাৰ্বি আংলং জিলা নিৰ্বাচনী বিভাগে ৷ শনিবাৰে বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চৰকাৰী বিষয়া কৰ্মছাৰী সকলক লোকসভা নিৰ্বাচনলৈ সাজু কৰি তোলাৰ লগতে ভোটিং মেছিন আৰু ভি ভি পেট মেছিনৰ ব্যৱহাৰ আৰু কাৰ্যকৰিকৰণৰ ওপৰত চৰকাৰী বিষয়া কৰ্মচাৰী সকলক প্ৰশিক্ষন দিয়া হয় ৷ উল্লেখ্য, পোন প্ৰথম বাৰৰ বাৱে অসমত ভি ভি পেট যন্ত্ৰৰ দাৰা ভোট দানৰ ব্যৱস্থা কৰা হৈছে ৷ভিভি পেট যন্ত্ৰৰ দাৰা ভোটাৰ গৰাকীয়ে কাক ভোট দিয়ে সেই বিষয়ত নিশ্চতি প্ৰদান কৰিব ৷আজিৰ এই সজাগতা প্ৰশিক্ষনত শিৱিৰত প্ৰায় ডেৰ শতাধিক বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে৷ হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
लोकप्रिय खबरें
फोटो और वीडियो गैलरी
image