Hindusthan Samachar
Banner 2 बुधवार, मार्च 20, 2019 | समय 07:20 Hrs(IST) Sonali Sonali Sonali Singh Bisht

বিহালীৰ বালিপুখুৰীস্থিত বিশ্বনাথ আই টি আই কলেজ চৌহদত ভয়ঙ্কৰ অগ্নিকাণ্ড

By HindusthanSamachar | Publish Date: Mar 16 2019 9:10PM
বিহালীৰ বালিপুখুৰীস্থিত বিশ্বনাথ আই টি আই কলেজ চৌহদত ভয়ঙ্কৰ  অগ্নিকাণ্ড
বিশ্বনাথ,১৬ মাৰ্চ(হি.স.)। বিশ্বনাথ জিলাৰ বিহালীৰ বালিপুখুৰীস্থিত বিশ্বনাথ আই টি আই কলেজ চৌহদত সংঘটিত হৈছে ভয়ঙ্কৰ অগ্নিকাণ্ডৰ ঘটনা৷ অগ্নিৰ লেলিহান শিখাই পলকতে চাৰখাৰ কৰিলে আই টি আই কলেজৰ চৌহদ৷ আনহাতে, সৌভাগ্যক্ৰমে কথমপি ৰক্ষা আই টি আই কলেজৰ লগতে আই টি আই কলেজৰ সমীপৰ অঙ্গনাৱাড়ী শিক্ষানুষ্ঠান৷ স্থানীয় লোকৰ মতে বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত এই ভয়ঙ্কৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ সিফালে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ কিছু সময়ৰ পিচত বিশ্বনাথ অগ্নি নিৰ্বাপক বাহিনীৰ দল আহি ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰে৷ হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
लोकप्रिय खबरें
फोटो और वीडियो गैलरी
image