Hindusthan Samachar
Banner 2 गुरुवार, मार्च 21, 2019 | समय 21:17 Hrs(IST) Sonali Sonali Sonali Singh Bisht

নলবাৰীত ফেচবুক ফ্ৰেইণ্ড যুৱক যুৱতী পালেগৈ ৰঙাঘৰ

By HindusthanSamachar | Publish Date: Mar 16 2019 9:00PM
নলবাৰীত   ফেচবুক ফ্ৰেইণ্ড যুৱক যুৱতী পালেগৈ ৰঙাঘৰ
নলবাৰী , ১৬ মাৰ্চ(হি.স.)। নলবাৰীত সংঘটিত হল এক আমোদজনক ঘটনা । ফুৰিবলৈ অহা ফেচবুক ফ্ৰেইণ্ড যুৱক যুৱতী পালেগৈ ৰঙাঘৰ । ফেচবুকতে চিনাকি হোৱা যোৰহাটৰ যুৱক জিতুল দত্তই ৰঙিয়াৰ যুৱতী ফ্ৰেইণ্ডৰ লগতে স্কুটিৰে ফুৰিবলৈ আহিছিল নলবাৰীৰ বৰমুৰিকনালৈ । বৰমুৰিকনাত বন্ধু জিতুলৰ স্কুটি খন লৈ যুৱতী অকলে বান্ধবী এজনীৰ ঘৰৰ পৰা আহো বুলি নোহোৱা হল । যুৱতীৰ প্ৰকৃত ঠিকনা নজনা জিতুল অৱশেষত নলবাৰী আৰক্ষীৰ কাষ চাপিল। আৰক্ষীক কথাটো অৱগত কৰি পুনৰ বৰমুৰিকনালৈ গৈ পুনৰ লগ পালে যুৱতীক। অৱশেষত ৰাইজে যুবক যুবতীক কাণ্ড দেখি দুয়ো জনক আটক কৰি নলবাৰী আৰক্ষীক গতাই দিয়ে। সম্প্ৰতি দুই যুবক যুবতী ৰঙা ঘৰৰ আলহী । মুঠতে ছচিয়েল মিডিয়াই বিপাঙত পেলালে দুই যুৱক-যুৱতীক। হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
लोकप्रिय खबरें
फोटो और वीडियो गैलरी
image