Hindusthan Samachar
Banner 2 गुरुवार, मार्च 21, 2019 | समय 05:20 Hrs(IST) Sonali Sonali Sonali Singh Bisht

কামপুৰত কপিলীত সন্ধানহীন হোৱা এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ

By HindusthanSamachar | Publish Date: Mar 16 2019 8:42PM
কামপুৰত কপিলীত সন্ধানহীন হোৱা এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ
নগাওঁ, ১৬ মাৰ্চ(হি.স.)। নগাওঁ জিলাৰ কামপুৰত আজি দুপৰীয়া গা ধুবলৈ গৈ কপিলী নদীত সন্ধানহীন হৈছিল দুগৰাকীকৈ কিশোৰী।কিশোৰী দুগৰাকীৰ ভিতৰত এগৰাকী সন্ধানহীন কিশোৰীৰ মৃতদেহ উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এছ ডি আৰ এ্ফৰ দলে উদ্ধাৰ কৰে ধুনুলিকা ডেকাৰজা নামৰ সন্ধানহীন কিশোৰীগৰাকীৰ মৃতদেহ। আনহাতে জান পাটৰ নামৰ আনগৰাকী সন্ধানহীন কিশোৰীৰ সন্ধান এই পৰ্যন্ত লাভ কৰিব পৰা নাই উদ্ধাৰকাৰী দলে। এছ ডি আৰ এফৰ লোকে কিশোৰীগৰাকীৰ সন্ধান উলিয়াবলৈ এতিয়াও উদ্ধাৰ অভিযান চলাই আছে। হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক/মনোজ
लोकप्रिय खबरें
फोटो और वीडियो गैलरी
image