Hindusthan Samachar
Banner 2 गुरुवार, अप्रैल 25, 2019 | समय 04:07 Hrs(IST) Sonali Sonali Sonali Singh Bisht

যুৱমৰ্চাৰ উদ্যোগত সোমবাৰৰ পৰা ৰাজ্যজুৰি স্বচ্ছতা অভিযান

By HindusthanSamachar | Publish Date: Sep 16 2018 8:58PM
যুৱমৰ্চাৰ উদ্যোগত সোমবাৰৰ পৰা ৰাজ্যজুৰি স্বচ্ছতা অভিযান
গুৱাহাটী, ১৬ ছেপ্টেম্বৰ (হি.স.)ঃ ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত কাইলৈ সোমবাৰৰ পৰা ৰাজ্যজুৰি স্বচ্ছতা অভিযান কাৰ্যসূচী আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভ কৰা স্বচ্ছতাই সেৱা অভিযানক সম্পূৰ্ণৰূপে সমৰ্থন কৰি যুৱ মৰ্চাই দলৰ জিলা তথা মণ্ডল ভিত্তিক স্বচ্ছতা অভিযান চলাব। এই অভিযানক সফল কৰি তুলিবলৈ ৰাজ্যবাসীক এইক্ষেত্ৰত সহযোগিতাৰ বাবে আহ্বান জনাইছে বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোঁহায়ে। হিন্দুস্থান সমাচাৰ/মনোজ
लोकप्रिय खबरें
फोटो और वीडियो गैलरी
image