Hindusthan Samachar
Banner 2 बुधवार, सितम्बर 26, 2018 | समय 12:12 Hrs(IST) Sonali Sonali Sonali Singh Bisht

ফাকিৰাগ্রামত গণেশ দেৱতাৰ প্ৰতিমূৰ্ত্তি বিসৰ্জন

By HindusthanSamachar | Publish Date: Sep 16 2018 9:00PM
ফাকিৰাগ্রামত গণেশ দেৱতাৰ প্ৰতিমূৰ্ত্তি বিসৰ্জন
কোকৰাঝাৰ, ১৬ ছেপ্টেম্বৰ (হি.স.) । কোকৰাঝাৰ জিলাৰ ফাকিৰাগ্রামত উল মালহৰে পালন কৰিলে গণেশ চতুৰ্দশী। যোৱা ১৩ তাৰিখৰ পৰা কোকৰাঝাৰৰ ফাকিৰাগ্রামত ৩ দিনিয়াকৈ ধৰ্ম্মীয় ৰীতি নীতিৰে গণেশ দেৱতাক পূজা অৰ্চনাৰে পালন কৰাৰ অন্তত আজি আবেলি ফাকিৰাগ্রামৰ ছাট পূজা ঘাটত হেজাৰ হেজাৰ ভক্তই গণেশ দেৱতাৰ প্ৰতিমূৰ্ত্তি বিসৰ্জন দিয়ে। এই উপলক্ষে ঘাটত বহু লোকৰ সমাগম হয়। হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
image