Hindusthan Samachar
Banner 2 शनिवार, दिसम्बर 15, 2018 | समय 03:09 Hrs(IST) Sonali Sonali Sonali Singh Bisht

বঙাইগাঁৱৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা

By HindusthanSamachar | Publish Date: Jun 14 2018 9:41PM
বঙাইগাঁৱৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা
বঙাইগাঁও, ১৪ জুন (হি.স.)।বঙাইগাঁও জিলাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। ডব্লিউ বি ৬৩ এ ১৬৯৯ নম্বৰৰ বলৰো গাড়ী এখনে এএছ ২৬ চি ২৬৭২ নম্বৰৰ টেম্পু এখনত খুন্দা মৰাত টেম্পুৰ ভিতৰত থকা ৬ যাত্ৰী আহত হয়। আহত হোৱা যাত্ৰীসকলক ১০৮ এম্বুলেঞ্চ গাড়ীৰে সংকটজনক অৱস্থাত বঙাইগাঁও লৱাৰ আসাম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। হিন্দুস্থান সমাচাৰ/কিশোৰ/মনোজ
image