Hindusthan Samachar
Banner 2 बुधवार, जून 20, 2018 | समय 18:28 Hrs(IST) Sonali Sonali Sonali Singh Bisht

ফকিৰাগ্ৰামত আমসু দলৰ উদ্যোগত ইফতাৰ মেহফিল

By HindusthanSamachar | Publish Date: Jun 14 2018 9:37PM
ফকিৰাগ্ৰামত আমসু  দলৰ উদ্যোগত ইফতাৰ মেহফিল
কোকৰাঝাৰ, ১৪ জুন (হি.স.) । বি টি এ ডিৰ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত ফকিৰাগ্ৰামত জামা মসজিদৰ প্ৰাংগনত আমসুৰ কেন্দ্রীয় সাংগঠনিক সাচিও অনুবাৰ হোসেনৰ উদ্যোগত ইফতাৰ দোৱা ও মেহফিল অনুষ্ঠিত হয় । উল্লেখ্য যে, উক্ত ইফতাৰ মেহফিলৰ দোৱা অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে আমচুৰ কেন্দ্রীয় সাংগঠনিক সাচিও অনুবাৰ হুছেইন , আমিনুৰ ইছলাম , ফকিৰাগ্রাম থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিদুল গগৈৰ লগতে উপস্থিত থাকে ফকিৰাগ্রাম আমসুৰ কর্মকর্তা সকল । উক্ত ইফতাৰ মেহফিলৰ দোৱাত প্ৰায় তিনি শতাধিক গঞাই অংশগ্ৰহণ কৰে। হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
image