Hindusthan Samachar
Banner 2 सोमवार, अक्तूबर 22, 2018 | समय 22:39 Hrs(IST) Sonali Sonali Sonali Singh Bisht

কুমাৰীকাটা এবছুৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

By HindusthanSamachar | Publish Date: Jun 14 2018 9:38PM
কুমাৰীকাটা এবছুৰ কৃতী ছাত্ৰ-ছাত্ৰীক  সম্বৰ্ধনা
ওদালগুৰি, ১৪ জুন (হি.স.) । ওদালগুৰি জিলাৰ তামুলপুৰৰ পাটকীজুলি হাইস্কুলত কুমাৰীকাটা আঞ্চলিক এবছুৰ উদ্যোগত আজি কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷ সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা বৃহত্তৰ কুমাৰীকাটা সম্বৰ্ধনা অনুষ্ঠানটি সঞ্চালনা কৰে কুমাৰীকাটা আঞ্চলিক এবছুৰ শিক্ষা সম্পাদক হিৰণ বসুমতাৰীয়ে সভাখনৰ সভাপতিত্ব কৰে কুমাৰীকাটা আঞ্চলিক এবছুৰ সভাপতি উপেন নাৰ্জাৰীয়ে ৷কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা আনুষ্ঠানত কুমাৰীকাটা আঞ্চলিক এবছুৰ সভাপতি উপেন নাৰ্জাৰীয়ে । সম্বোধনা সভাত চেচাপানী,ডাওবাঙবাৰী,পাটকীজুলি হাইস্কুলৰ শিক্ষক, শিক্ষয়িত্ৰীৰ লগতে প্ৰায় পাঁচ শতাধিক ছাত্র ছাত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে । এবছুৰ আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত উচ্চতৰ মাধ্যমিক শিক্ষান্ত আৰু হাই স্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ হোৱা ৩১ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷ হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
image